Home সুখবৰ কৰ্মশালা আয়োজন

কৰ্মশালা আয়োজন

90
0

ৰাজ্যখনৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি  তেজপুৰত অহা ১২ ছেপ্তেম্বৰত এখনি এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। ‘উদ্ভাৱনী আৰু উদ্যমীতা’ বিষয়ক কৰ্মশালাখনি অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হ’ব। কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব পদ্মশ্ৰী বঁটাপ্ৰাপক বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীৰ লগতে ডিজিটেল জগতৰ বিশিষ্ট উদ্যমী তথা লেখিকা পুস্পাঞ্জলী দাস দত্তই। মূলত উদ্ভাৱন স্বনিয়োজন আৰু উদ্যমীতা বিকাশৰ লক্ষ্যৰে আয়োজিত কৰ্মশালাখনিত আগ্ৰহীসকলে পুৱা ৮:৩০ বজাত কলেজ প্ৰাংগনত উপস্থিত হৈ অংশগ্ৰহণ কৰিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here