Home সুখবৰ জ্ঞানশিখাৰ কৃতিত্ব

জ্ঞানশিখাৰ কৃতিত্ব

20
0

মূকাভিনয়েৰে কৃষ্টিৰ পথাৰখনত নাম জিলিকাবলৈ সক্ষম হোৱা জ্ঞানশিখা হাজৰিকাই চি চি আৰ টি স্কলাৰশ্বিপ লাভ কৰিছে ।গুৱাহাটীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্ৰেণীৰ ছাত্ৰী জ্ঞানশিখাই মূকাভিনেতা মইনুল হকৰ অধীনত মূকাভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ লোকক নিজৰ প্ৰতিভা বিকাশৰ বাবে সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰতিবছৰে স্কলাৰশ্বিপ প্ৰদান কৰি আহিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here