Home ফটোগ্ৰাফী ফটোগ্ৰাফী শিতান – ৰং বিৰঙ

ফটোগ্ৰাফী শিতান – ৰং বিৰঙ

331
10
কোখন ছবিয়ে শব্দহীনভাবে বহু কথা প্ৰকাশ কৰে। ছবিৰো এক ভাষা আছে, হয়টো ছবিয়ে মন মগজুত হৰ্ষ বিষাদ, চেতনা আন্দোলিত কৰিব পাৰে । পাঠক বৃন্দৰ বিপুল দাঁবীৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা ফটোগ্ৰাফী শিতানটো নকে সংযোজন কৰিলো। আজি কেইখনমান বন্যপ্ৰাণীৰ স্থিৰচিত্ৰ প্ৰকাশ কৰিছো। সাধাৰণতে বন্যপ্ৰাণীৰ চিত্ৰ সমূহ তোলাটো এজন ফটোগ্ৰাফাৰৰ কাৰণে খুবেই দুঃ সাহসিক কাৰ্য্য। বহু সময়ত নিজৰ প্ৰাণ লৈয়ো শংকা নকৰি এজন ফটোগ্ৰাফাৰে এই কাৰ্য্য সমাপন কৰে । এই ফটোসমূহ বিভিন্ন উদ্যান যেনে গিৱন অভৰাণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অৰুণাচল Eagle Nest, Wild Life Santuary, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আদিৰ তোলা বিৰল ফটোগ্ৰাফ । ফটো সমূহ প্ৰেৰণ কৰিলে শোণিতপুৰ জামুগুৰিহাটৰ অভিজিৎ ভট্ৰাচাৰ্য্যই।

IMG-20160903-WA0005

 

IMG-20160903-WA0003

 

IMG-20160903-WA0002

 

IMG-20160903-WA0001

 

IMG-20160903-WA0009

 

 

IMG-20160903-WA0002

 

 

IMG-20160903-WA0006

10 COMMENTS

    • ধন্যবাদ । আগলৈও সহযোগিতা আগবঢ়াব বুলি কামনা কৰিলো।

  1. Interesting pictures…. I love the nature…… It inspires me a lot….. so I salute them all who have interest in this field…. I wish to see some more here soon…..

LEAVE A REPLY

Please enter your comment!
Please enter your name here