বিহুৰ বিশেষ ৰং বিৰঙ ফটোগ্ৰাফী শিতান

বসন্ত আহিলে কুলিয়ে বিনালে

ফুলিলে কেতেকী ফুল

গছে বনে ন কুঁহিপাত মেলিলে

দেখি নাযাবা ভোল।

বসন্তত ফুলা কেইবিধমান ফুলৰ ফটোৰে আজিৰ ফটোগ্ৰাফী শিতানটো সজালো। ফটো কেইখন আমালৈ প্ৰেৰণ কৰিলে লেখাংগ ভূঞাই।

IMG_20170416_083108_Burst01

IMG_20170416_083023_Burst01

IMG-20170414-WA0023

IMG-20170414-WA0021

IMG-20170415-WA0004

IMG-20170416-WA0008

Leave a Reply

Your email address will not be published. Required fields are marked *