Home সুখবৰ শান্তিৰ বাণী বিলাইছে

শান্তিৰ বাণী বিলাইছে

4
0

চাইকেলে ভ্ৰমণ কৰি বিশ্ব শান্তিৰ বাণী বিলাইছে এজন বৃদ্ধই।যোৰহাট তিতাবৰৰ শিৱ প্ৰসাদ নেওগে মানৱীয়তাৰ বাণী বিলায় শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছে।বিশ্ব শান্তিৰ বাবে শুভেচ্ছামূলক বাণী বিলোৱা নেওগক বহুজনে শুভেচ্ছা জনাইছে|

LEAVE A REPLY

Please enter your comment!
Please enter your name here