Home সুখবৰ ২৫ মে’ত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

২৫ মে’ত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

56
0

২৫ মে’ত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল ।এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সৰ্বমুঠ ২, ৪২, ৮৪৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।পৰীক্ষা ৭৭২টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল ।উল্লেখযোগ্য যে ২৫ মে’ৰ পুৱা ৯ বজাত কলা, বিজ্ঞান, বাণিজ্য তিনিটা শাখাৰে ফলাফল ঘোষিত হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here