ৰং -বিৰঙ ফটোগ্ৰাফী শিতান

চোৱাচোন পখিলাটি

কেনে নো  শুৱনি,

কেনে নো ধুনীয়া তাৰ

পাখি দুখনি ।।

কেতিয়াবা ওপৰত

আকৌ তলত

এটা আহি বহিছেহি

আনটো ফুলত ।।

সৰুতে পঢ়া এটা কবিতাই পুনৰ মনক আন্দোলিত কৰিলে । NE Focus ৰ ফটোগ্ৰাফী শিতানটো আজি সকলোৱে ভাল পোৱা পখিলা ৰে সজালো। ফটোকেইখন সন্দীপ গগৈৰ পৰা সংগ্ৰহিত।

 

 

IMG-20161016-WA0018

 

IMG-20161016-WA0019

 

IMG-20161016-WA0020

 

IMG-20161016-WA0021

 

IMG-20161016-WA0022

 

IMG-20161016-WA0016

 

IMG-20161016-WA0017

Leave a Reply

Your email address will not be published. Required fields are marked *