আমাৰ বিষয়ে দুআষাৰ

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাংগীন বিকাশৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা হৈছে এন ই ফ’কাচ ডট কম। এন ই ফ’কাচৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক, গোষ্ঠীগত, বৈচিত্ৰ্য সমূহ সঠিক ৰূপত তথ্য সহকাৰে উপস্থাপন কৰা প্ৰয়াস কৰা হ’ব। আমাৰ সমাজত বহুতো প্ৰতিভাধৰ ব্যক্তি আছে। বহু সময়ত বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰতিভাসমূহ সঠিক ৰূপ মূল্যায়ন কৰা নহয়। এন ই ফ’কাচ ডট কমৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাধৰ সকলৰ জীৱন সংগ্ৰামৰ সবিশেষ দাঙি ধৰা হ’ব। শেহতীয়াকৈ বা-বাতৰিৰ লগতে সাহিত্য সম্পৰ্কীয় লেখা উপলব্ধ কৰা হ’ব। সমূহ পাঠকৰপৰা সহায় সহযোগিতা আৰু মতামত বিচাৰিছোঁ।

????????????????????????????????????